শিলচৰ,17মেঃ আজি শিলচৰৰ হীৰণ প্ৰভা দে শিশু মন্দিৰৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰকল্পৰ সূচনা কৰিলে বিধায়ক দিলীপ পালে তেওঁৰ লগতে আছিলে সাংসদ ৰাজদ্বীপ ৰয় আৰু কনাদ পুৰকায়স্থ ।
শিলচৰত দিলীপ পালৰ পাঁচ কেজিকৈ বিনামুলীয়া চাউল বিতৰণ - কনাদ পুৰকাস্ত
আজিৰ পৰা আৰম্ভণ হল শিলচৰত বিনামূলীয়া চাউল বিতৰণ পৰিয়ালৰ এজন ব্যক্তিয়ে পাব 5 কেজিকৈ চাউল ৷

শিলচৰত দিলিপ পালৰ পাঁচ কেজিকৈ বিনামূলীয়া চাউল বিতৰণ
শিলচৰত দিলিপ পালৰ পাঁচ কেজিকৈ বিনামূলীয়া চাউল বিতৰণ
যি সকলৰ ৰাইজৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে চৰকাৰী এই অনুদান আগবঢ়াই আজি 1400 পৰিয়ালৰ মাজতে বিতৰণ কৰা হয় চাউল । যি সকল পৰিয়াল আজি পোৱা নাই তেওঁ লোকক পৰৱতী পৰ্যায়ত দিয়া হ'ব বুলি কয় বিধায়ক দিলীপ পালে।
লগতে পঢ়কঃ মনৰেগা আঁচনিৰ বাবে অতিৰিক্ত ৪০ হাজাৰ কোটি টকাৰ আৱণ্টন কেন্দ্ৰীয় চৰকাৰৰ