ডিজিটেল ইণ্ডিয়াৰ সপোন, নে বিভ্ৰান্তি ?
গধুৰ যান বাহনটো বাদেই দিয়ক লঘু যানবাহন যাবলৈও চিন্তা কৰিবলগীয়া এটা অনগ্ৰসৰ অঞ্চল ৷ এক কথাত ক'বলৈ গ'লে চৰকাৰৰ কোনো চিন চাব নাই সেই অঞ্চলটোত ৷ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ বাবে আছে মাথো ভোটাৰহে ৷
ডিজিটেল ইণ্ডিয়াৰ সপোন, নে বিভ্ৰান্তি ?
শিলচৰৰ পৰা মাত্ৰ 30 কিমি নিলগত থকা এই অঞ্চলটোৰ ৰাইজৰ বাবে নাই কোনো চৰকাৰী সুবিধা, নাই বিদ্যুতৰ ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থা, নাই চিকিৎসালয় ৷ চাও আহক ডিজিটেল ইণ্ডিয়াক ভেঙুচালি কৰি উন্নয়নৰ পোহৰ নপৰা অসমৰ এইখন গাঁৱৰ ছবি ...
Last Updated : Jun 3, 2019, 12:36 PM IST