অসম

assam

ETV Bharat / state

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ বৰখলাবাসী

বৰখলা সমষ্টিৰ ২৪ ঘন্টা বিদ্যুৎ যোগান ব্যাহত হোৱাত অতিষ্ঠ ৰাইজ । তাৰে প্ৰতিবাদত অনুষ্ঠিত কৰে এখন নাগৰিক সভা ৷

By

Published : Jun 1, 2019, 11:48 PM IST

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ কাছাৰৰ ৰাইজ


কাছাৰ, ১ জুনঃ কাছাৰৰ বৰখলা সমষ্টিৰ ২৪ ঘন্টাই বিদ্যুৎ যোগান ব্যাহত হোৱাত অতিষ্ঠ ৰাইজ । ৭দিনৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী ৰাইজৰ ৷

ৰাইজে এখন নাগৰিক সভা অনুষ্ঠিত কৰি শীঘ্ৰে বিদ্যুতৰ সমস্যা সমাধান কৰাৰ দাবী জনায় ৷

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ কাছাৰৰ ৰাইজ

লগতে আন এটা বাতৰি- আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

ABOUT THE AUTHOR

...view details