অসম

assam

ETV Bharat / state

কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী - মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস

কাছাৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ লোক এজনক সামগ্ৰীৰ সৈতে আটক ৷

কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী

By

Published : Sep 7, 2019, 10:12 PM IST

কাছাৰ, 7 ছেপ্তেম্বৰঃ কাছাৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ অসম-মণিপুৰ সীমান্তৰ নিকটৱৰ্তী জিৰিবামত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই প্ৰায় দুই কোটি টকাৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে বুলি জিৰিবামৰ আৰক্ষী অধীক্ষক এম মুভি সিংহই জনায় ৷ আৰক্ষীয়ে মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ লোক এজনক সামগ্ৰীৰ সৈতে আটক কৰি গোচৰ ৰুজু কৰে ৷

ABOUT THE AUTHOR

...view details