কাছাৰ,20 ফেব্ৰুৱাৰীঃমাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰি দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজ্যৰ আন বিভিন্ন ঠাইৰ লগত কাছাৰ জিলাৰ মাদ্ৰাছা শিক্ষক আৰু ছাত্ৰ সন্থাৰ পক্ষৰ পৰা জিলা প্ৰশাসনৰ মাধ্যমেৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হৈছে এখন স্মাৰকপত্ৰ । এই স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁলোকে কয়," মাদ্ৰাছা আৰু সংস্কৃত টোলৰ মাধ্যমেৰে উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ স্বাভাৱিক শিক্ষা প্ৰদান কৰা হৈ আছে, সেই বাবে এই বোৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া ঠিক নহ'ব। "বৃহস্পতিবাৰে এনেদৰে স্মাৰকপত্ৰ প্ৰেৰণৰ যোগেদি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে কাছাৰ জিলাৰ মাদ্ৰাছা শিক্ষক আৰু ছাত্ৰ সন্থাই।
মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ ঘোষণাৰ প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ - হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ
মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰি দিয়াৰ প্ৰতিবাদত আজি ৰাজ্যৰ আন বিভিন্ন ঠাইৰ লগত কাছাৰ জিলাৰ মাদ্ৰাছা শিক্ষক আৰু ছাত্ৰ সন্থাৰ পক্ষৰ পৰা জিলা প্ৰশাসনৰ মাধ্যমেৰে হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷
মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ ঘোষণাৰ প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ