ওদালগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান - কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী
অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী
![ওদালগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2466756-309-03557469-6fdb-431b-bba0-0d8f3b7e300d.jpg)
etv bharat assam
ওদালগুৰি, ১৬ ফেব্ৰুৱাৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% নম্বৰ সহ উত্তীৰ্ণ কৃতি ছাত্র ছাত্ৰী সকলক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদানৰ উদ্দেশ্যে শনিবাৰে ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় বঁটা বিতৰণি অনুষ্ঠান। এই অনুষ্ঠানত জিলা খনৰ ৩২৪ জন ছাত্র ছাত্ৰীক প্ৰদান কৰা হয় লেপটপ ।
ওদালগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান