কাছাৰ,4 নৱেম্বৰ : অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক লৈ কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে আকছা নামৰ ছাত্র সংগঠনে । বুধবাৰে শিলচৰত সংবাদ মাধ্যমক সম্বোধন কৰি আকছাৰ আহবায়ক ৰূপম নন্দী পুৰকায়স্থই অসমৰ ভূমি দখলক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে ।
শিলচৰত ভূমি বিবাদক লৈ সৰৱ আকছা
বুধবাৰে শিলচৰত সংবাদ মাধ্যমক সম্বোধন আকছা নামৰ ছাত্র সংগঠনৰ ৷ অসম-মিজোৰাম সীমান্তত অসমৰ ভূমি দখলক লৈ গভীৰ উদ্বেগ প্রকাশ সংগঠনটোৰ ৷
শিলচৰত ভূমি বিবাদক লৈ সৰৱ আকছা
মিজোৰামত ইন্তাজ আলী নামৰ এজন ব্যক্তিৰ হত্যাৰ ঘটনাক লৈ উদ্বিগ্ন আকছা ৷ চৰকাৰী পক্ষৰ পৰা ক্ষতিপূৰণৰ বাবদ ঘোষিত অর্থৰ পৰিমাণ কম হোৱা বুলি জনায় আকছাৰ ছাত্র নেতাসকলে ।
লগতে পঢ়ক :ভয়ংকৰ ৰূপ লোৱাৰ দিশে বুঢ়ীদিহিং নদীৰ খহনীয়া