NRC পূৰ্ণাংগ তালিকা প্ৰকাশৰ পূৰ্বে ৰাজ্যজুৰি ABVPৰ উত্তাল প্ৰতিবাদ
অসমীয়াক অন্ধকাৰত ৰাখি বাংলাদেশীক নাগৰিকত্বৰ লাইচেন্স দিবলৈ প্ৰতীক হাজেলাই অভিসন্ধি ৰচনা কৰাৰ অভিযোগ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷
ABVP ৰ উত্তাল প্ৰতিবাদ
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ NRC বিৰোধী প্ৰতিবাদে উত্তাল কৰি তুলিলে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা ৷ কোন থাকিব , কাৰ নাম বাদ পৰিব , বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ, ভিন্ন অভিযোগ.. বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰমাণ কৰে 31 আগষ্টৰ পিচত পুনৰ উত্তপ্ত হৈ পৰিব পাৰে ৰাজ্যৰ আইন শৃংখলা ... সবিশেষ এই প্ৰতিবেদনত....