কাছাৰ,29 জুলাইঃমঙলবাৰে পুৱা কাছাৰৰ বালাছড়াত ডলু নৈত গা ধুবলৈ গৈ নিখোজ হ'ল অনুপম বৰ্মন(২৬)নামৰ এজন যুৱক ৷ জানিব পৰা মতে,পুৱা 6 বজাত নিজা বাসগৃহৰ কাষতে থকা জাটিংগা নদীত স্নান কৰিব গৈছিল ৷ কিন্তু বহু দেৰি নৈৰ পৰা উঠি নহাত যুৱকজনৰ সন্ধানত হুৱা-দুৱা লাগে পৰিয়ালত ৷
কাছাৰত নদীত গা ধুবলৈ গৈ সন্ধানহীন যুৱক - জাঠিঙ্গা নদী
পুৱা 6 বজাত নিজা বাসগৃহৰ কাষতে থকা জাটিংগা নদীত স্নান কৰিব গৈছিল ৷ কিন্তু বহু দেৰি নৈৰ পৰা উঠি নহাত যুৱকজনৰ সন্ধানত হুৱা-দুৱা লাগে পৰিয়ালত ৷
![কাছাৰত নদীত গা ধুবলৈ গৈ সন্ধানহীন যুৱক A young man from Cachar missing who goes to the river for bath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8223403-thumbnail-3x2-cachar.jpg)
কাছাৰত নদীত গা ধুবলৈ গৈ সন্ধানহীন যুৱক
কাছাৰত নদীত গা ধুবলৈ গৈ সন্ধানহীন যুৱক
ইপিনে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে নদী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নদী আৰক্ষী উপস্থিত হৈ যুৱকজনৰ সন্ধানত অভিযান চলায় কিন্তু বৰ্তমানেও যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই নদী আৰক্ষীয়ে ৷
Last Updated : Jul 29, 2020, 10:54 PM IST