অসম

assam

ETV Bharat / state

কাছাৰত আটক ৬ বাংলাদেশী - কাছাৰত আটক ৬ বাংলাদেশী

কাছাৰৰ গুমড়া শিল কোৱাৰিত আটক কৰা হয় বাংলাদেশী কেইজনক ৷

6 Bangladeshi arrested in Silchar
কাছাৰত আটক ৬ বাংলাদেশী

By

Published : Jun 4, 2020, 7:55 PM IST

কাছাৰ, 4 জুনঃ কাছাৰত আটক ৬ বাংলাদেশী ৷ কাছাৰৰ গুমড়া শিল কোৱাৰিত আটক কৰা হয় বাংলাদেশী কেইজনক ৷ ধৃত বাংলাদেশী কেইজন ক্ৰমে জামাল আহমদ,হোছেন আহমদ,ছমীৰ আহমদ,শামীম আহমদ আৰু ৰেহান আহমদ ৷ আটাইকেইজন বাংলাদেশৰ জকিগঞ্জৰ কানাইঘাটৰ বুলি জানিব পৰা গৈছে ৷ এই পৰ্যন্ত আৰক্ষীয়ে সোধ পোছ আব্যাহত ৰাখিছে ৷

কাছাৰত আটক ৬ বাংলাদেশী

ABOUT THE AUTHOR

...view details