অসম

assam

ETV Bharat / state

বৰাক উপত্যকাত পালন 19 মে’ দিৱস

1961 চনৰ ইংৰাজী 19 মে’ তাৰিখত বাংলা ভাষাৰ কাৰণে শিলচৰৰ ৰে’লৱে ষ্টেচনত শ্বহীদ হৈছিল 11 জনকৈ লোক ।

বৰাক উপত্যকাত পালন 19 মে’ দিৱস

By

Published : May 17, 2019, 10:11 PM IST

শিলচৰ, 17 মে’: প্ৰতিবছৰে 19 মে’ তাৰিখে বৰাক উপত্যকাত পালন কৰি আহিছে 19 মে’ দিৱস ৷ 1961 চনৰ ইংৰাজীৰ 19 মে’ দিনটোতেই 11 জনকৈ লোকে শিলচৰৰ ৰে’লৱে ষ্টেচনত বাংলা ভাষাৰ বাবে শ্বহীদ হৈছিল ৷

বৰাক উপত্যকাত পালন 19 মে’ দিৱস

ইয়াৰ লগত সংগতি ৰাখি আজি শিলচৰৰ ৰাংগীৰ খৰিৰ পৰা শিলচৰৰ ৰে’লষ্টেচন লৈ এক বৃহৎ ৰেলী বাহিৰ কৰা হয় ৷ য’ত অংশগ্ৰহণ কৰে বাংলাদেশৰ বহু শিল্পী ৷ বাংলাদেশৰ ছিলেটৰ পৰা অহা শিল্পী প্ৰতীক কুন্ডুৱে শিলচৰত আহি ভাল লাগিছে বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ আনহাতে বাংলা ভাষাৰ বাবে শ্বহীদ হোৱা ঘটনাটো ইতিহাসত বিৰল বুলি উল্লেখ কৰে লোকজনে ৷

ABOUT THE AUTHOR

...view details