বঙাইগাঁও, 18 ডিচেম্বৰ:বৰ্তমানেও শাম কটা নাই অসমৰ ভয়াৱহ পৰিস্থিতি ৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'ল বাতিল কৰিছে ৰে'ল বিভাগে ৷ অসমৰ পৰা কলকাতা অভিমুখী ব্ৰহ্মপুত্ৰ মেইল,কামৰূপ এক্সপ্ৰেছ,নৰ্থ-ইষ্ট এক্সপ্ৰেছ,শৰাইঘাট এক্সপ্ৰেছকে ধৰি বহুকেইখন স্থানীয় ৰে'ল সেৱা বাতিল কৰা হৈছে ৷ দুই এখন স্থানীয় ৰে'লৰ বাহিৰে প্ৰায় সকলো ৰে'ল সেৱা বন্ধ হৈ আছে ৷
বাতিল কৰা হৈছে ৰে'ল সেৱা - train service cancel in assam etv bharat
অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'ল বাতিল কৰিছে ৰে'ল বিভাগে ৷
![বাতিল কৰা হৈছে ৰে'ল সেৱা ৰে'ল সেৱা বাতিল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5413768-582-5413768-1576678878366.jpg)
ৰে'ল সেৱা বাতিল
Last Updated : Dec 18, 2019, 9:52 PM IST