চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই
বদৰপুৰত চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই ৷ পাথাৰকান্দিৰ ৰবিজুল হক নামৰ এজন যুৱকে পশ্চিমবংগৰ পৰা মহিলাগৰাকীক পলুৱাই আনিছিল বুলি জানিব পৰা গৈছে ৷
Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়
দেওবাৰে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু(PV Sindhu) ৷ ইফালে, ৰ’ৱিঙত অৰ্জুন লাল জাট (Arjun Lal Jat) আৰু অৰবিন্দ সিঙ(and Arvind Singh)ৰ যুটিয়ে ছেমিফাইনেলৰ বাবে দুয়ো যোগ্যতা অৰ্জন কৰিছে ।
ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ৷ কৰিমগঞ্জ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী ৷
অলিম্পিকলৈ কোন গৈছে মুখ্যমন্ত্ৰী আৰু বিমল বৰা নে লাভলীনা ?
টকিঅ' অলিম্পিকলৈ অসম গৌৰৱ হিচাপে কোন গৈছে লাভলীনা নে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰা ? হৰ্ডিঙত লাভলীনা বৰগোঁহাইৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰাৰ ফটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷
ভূপেন বৰা: ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰিলে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাই ৷ ইয়াৰ বাবে দলৰ নেতৃত্ব আৰু প্ৰতিগৰাকী দলীয় কৰ্মীৰ লগতে অসমৰ ৰাইজক সেৱা জনাইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷