Violence in Greece: জনতাৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচ
গ্ৰীচৰ দ্বিতীয় বৃহত্তম চহৰ থেছালোনিকিত সোমবাৰে পুৱাৰ ভাগত এজন ১৬ বছৰীয়া কিশোৰে পেট্ৰ’ল পাম্পত বাহনত ইন্ধন ভৰাই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচলনা কৰে (Boy tried to run away) ৷ ফলত কিশোৰজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Boy shot in head) ৷ এই ঘটনাৰ পিছতে ৰাইজে সাব্যস্ত কৰিছে হিংসাত্মক প্ৰতিবাদ ৷
Croatia beat Japan: জাপানক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া
নিৰ্ধাৰিত খেলৰ সময়ৰ শেষত দুয়োপক্ষই ১-১ গ’লত সমতা স্থাপন কৰাৰ পিছত পেনাল্টিৰ জৰিয়তে জাপানক ৩-১ গ’লত পৰাস্ত কৰি কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ক্ৰ’ৱেচিয়াই (Croatia crushes Japan in penalty shootout in WC) ৷
BJP Internal conflict : ৰহা বিজেপিত ন-পুৰণি সদস্যৰ মাজত অন্তঃকন্দল
ৰহাত তুংগত উঠিছে জ্যেষ্ঠ বিজেপি কৰ্মী আৰু ন-বিজেপিৰে মুকলি সংঘাত (BJP internal conflict) । দলত ন-বিজেপিৰ আগ্ৰাসন আৰু একাংশ ন-বিজেপিয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মী ৷ দলে যদি জ্যেষ্ঠ বিজেপি কৰ্মীক গুৰুত্ব প্ৰদান নকৰে তেন্তে বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’ব বুলি মন্তব্য জ্যেষ্ঠ বিজেপি কৰ্মীৰ ৷
NULM Assam: নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰ্হিক সৰ্বভাৰতীয় স্বীকৃতি
নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিয়ে সমগ্ৰ ভাৰতে লাভ কৰিছে স্বীকৃতি (Assam model of urban poverty eradication) ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে এই দাবী(CM Himanta Biswa Sarma) ৷ নগৰীয়া দৰিদ্ৰতা দূৰ কৰা আৰু নগৰাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰা লোকসকলক আৰ্থ-সামাজিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এনইউএলএম), অসমৰ শেহতীয়া পদক্ষেপসমূহে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে উচ্চ প্ৰশংসা (Pan India recognition) ৷
Assam CM in Bongaigaon : শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন
11 বছৰে অসম্পূৰ্ণ হৈ থকা বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ কাম শীঘ্ৰে আৰম্ভ হ’ব ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৱন্টন কৰি দিছে 29 কোটি টকা ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Visited AIE Bridge in Bongaigaon) ৷