কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই
কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই (Shane Warne is no more) ৷ শুকুৰবাৰে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকীৰ।
Life imprisonment : শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ ৰায় দান
তেজপুৰত শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায় দান প্ৰদান কৰে (Sonitpur District and Sessions Judge Court sentences) । এই ৰায়দানত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10 হেজাৰ টকা জৰিমনা বিহে (Lifetime imprisonment) ৷
নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে শ কোটি টকা বিনিয়ােগ কৰা হ'ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল
ক'হিমাত ৫০খন বিছনাযুক্ত এখন সমন্বিত আয়ুস চিকিৎসালয়ৰ শুভ উদ্বোধন। ৭০ কোটি টকা ব্যয়েৰে নাগালেণ্ডত হ'ব এখন আয়ুর্বেদিক মহাবিদ্যালয় । নাগালেণ্ডত উপস্থিত হৈ কেন্দ্রীয় আয়ুষ মন্ত্রীৰ বিশেষ ঘোষণা(Sarbananda Sonowal announces rupees 100 crore investments) ৷
গামোচা পিন্ধাবলৈ নাপাই কান্দিলে মাজুলীৰ ভাগিনে
হিমন্ত মামাক গামোচা পিন্ধাবলৈ নাপাই কান্দিলে মাজুলীৰ ভাগিনে । কন্দা দেখি হিমন্ত মামা আগবাঢ়ি আহে মাজুলীৰ ভাগিনৰ ওচৰলৈ । ভাগিনৰ হাতৰ পৰা গামোচা লৈ হিমন্ত মামাই ভাগিনক তুলি ল’লে কোলাত (Himanta Biswa Sarma in Majuli)। মাজুলীৰ জেংৰাইমুখৰ খেলপথাৰত মামাৰ কোলাত উঠিল ভাগিন । হিমন্ত মামা আহিব বুলি গম পাই পুৱাৰ পৰা ৰৈ আছিল এই ভাগিন । অৱশেষত পূৰণ হ’ল ভাগিনৰ আশা ।
Karbi Youth Festival 2022 : তাৰালাংচৰ বাকৰিত কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ
কাৰ্বি লোক-কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি তথা অন্যতম জনজাতীয় কাৰ্বি যুৱ মহোৎসৱস্থলী ৷ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ চতুৰ্থ দিনাও উখল-মাখল পৰিবেশ(Karbi youth festival 2022 at Taralangso) ৷