বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইন
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এনেধৰণৰ প্ৰায় অৰ্দ্ধ শতাধিক আইন বাতিলৰ বাবে অনুমোদন জনাইছে ৷ সেই মৰ্মেই পৰ্যায়ক্ৰমে তেনে আইনসমূহ বাতিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ বিধানসভাৰ মজিয়াতে সাংবিধানিক বিধি-প্ৰণালীৰ মাজেৰে বাতিল কৰা হ'ব এইধৰণৰ আইনসমূহ ৷
অসম চৰকাৰৰ চাকৰিৰ নিযুক্তিত ধন দাবীৰ অভিযোগ
অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ (Allegation of demanding money for ADRE) ৷ ফোনযোগে 3 ৰ পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰাৰ অভিযোগ এজন যুৱকৰ ৷
খালী বস্তাৰে মথাউৰি বন্ধা জলসম্পদ বিভাগৰ 6 বিষয়া-কৰ্মচাৰীক নিলম্বন
কামত গাফিলতি আৰু অৱহেলাৰ বাবে জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তাকে ধৰি মুঠ ৬ জনক নিলম্বন ৷
যাযাবৰী শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ একাজলি শ্ৰদ্ধাঞ্জলি
অজি অসমৰ গৌৰৱ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী ৷ ইটিভি ভাৰতেও আজিৰ এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছে অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাক ৷
জলকীয়া গুৰিৰে ব্যতিক্ৰমি ৰূপত অংকন সুধাকন্ঠৰ প্ৰতিচ্ছবি
আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of Bhupen Hazarika)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ জন্মদিন ৷ এইগৰাকী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বৰপেটাৰ যুৱশিল্পী নিৰ্জুৰাজ দাসে জলকীয়া গুৰিৰে এক ব্যতিক্ৰমি ৰূপত অংকন কৰিছে সুধাকন্ঠৰ প্ৰতিচ্ছবি (Exceptionally painted portrait of Sudhakanth) ৷