গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০, মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক
জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ ল'লে (Ind vs SA at Guwahati)। শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি যান-জঁটৰ সমস্যা যাতে উদ্ভৱ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ ।
জেহাদী আমজাদৰ বাসগৃহত পুনৰ অভিযান আৰক্ষীৰ
জেহাদীৰ ঘাটিত পৰিণত হৈছে অসম (Jihadi activity in Assam)।যোৱা 31 আগষ্টত গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ পৰা গোৱালপাৰা আৰক্ষীয়ে ফটাশিল আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰিছিল আজমল হুছেইন নামৰ জেহাদীটোক ।
মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ
মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি আৰু এ আই ইউ ডি এফে সন্মিলিতভাৱে ভোটৰ স্বাৰ্থত এই ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে দুই কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু নুৰুল হুদাই (Congress MLAs on Madrasa demolition) ৷
জয়ন্তমল্ল বৰুৱাক সৰু ল’ৰা বুলি ক’লে সাংসদ অজিত ভূঞাই
‘‘জয়ন্তমল্ল সৰু ল'ৰা, তেঁওৰ কথাৰ প্ৰতিক্ৰিয়া মই দিব নিবিচাৰো । জয়ন্তমল্লৰ জ্ঞানৰ পৰিসৰ অতি সীমিত । ক্ষমতা লাভ কৰি জয়ন্তমল্লই গুৰু-গোঁসাই নমনা হৈছে । আজমল(MP Badruddin Ajmal) কাৰ ঘনিষ্ঠ ৰাইজে জানে । এইখন চৰকাৰে প্ৰথম সিদ্ধান্তটো আজমলৰ পক্ষত লৈছিল ।
অভিভাৱক মন্ত্রীৰ নতুন তালিকা: কাক কি দায়িত্ব দিয়া হ'ল
অভিভাৱক মন্ত্ৰীৰ ১৫ জনীয়া তালিকা প্ৰকাশ (New list of guardian ministers announced) । একো একোজন মন্ত্ৰীক দুই-তিনিখন জিলাৰ দায়িত্ব । অভিভাৱক মন্ত্রীৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা । নতুন তালিকাত দায়িত্বৰ ব্যাপক সালসলনি ।