New Year Celebration : সাৱধান ! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব
বছৰৰ শেষ দিনটো উদযাপনৰ সময়ত হ’ব লাগিব যথেষ্ট সতৰ্ক ৷ কাৰণ নিয়ম ভংগ কৰিলেই পৰিব লাগিব বিপদত ৷ কঠোৰতকৈও কঠোৰ হৈছে প্ৰশাসন, আৰক্ষী, আবকাৰী বিভাগ ৷ যুদ্ধকালীন তৎপৰতাৰে অভিযানত নামি পৰিছে পৰিবহন বিভাগ আৰু আৰক্ষী (New Year Celebration in Guwahati) ৷
IPS Sujoy Lal Thaosen :অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে BSFৰ সঞ্চালক প্ৰধান পদ
অসম সন্তান সুজয় লাল থাউচেন অতিৰিক্তভাৱে সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধানৰ পদত অধিস্থিত হ’ল ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে সুজয় লাল থাউচেনে (IPS Sujoy Lal Thaosen)৷
AAGSU Protest in Musalpur: বিটিআৰত ভূমি পট্টাৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ গণ হুংকাৰ
বাক্সা জিলাৰ মুছলপুৰত শনিবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই (আগছু) ভূমিৰ সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত উত্তাল পৰিবেশৰ সৃষ্টি কৰে (AAGSU protest at Baksha) ৷ জিলাখনৰ নিকাচিত আগছুৰ বাক্সা জিলা সমিতি আৰু সাতখন আঞ্চলিক সমিতিৰ সহযোগত খিলঞ্জীয়া গোৰ্খা সম্প্ৰদায়ক অসম চৰকাৰে প্ৰদান কৰা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদাক বিটিআৰ চৰকাৰে অতি শীঘ্ৰে বিটিআৰত কাৰ্যকৰী কৰা আৰু মাটিৰ সমস্যা সমাধানৰ দাবীত গোৰ্খা গৰ্জনেৰে বাক্সাৰ আকাশ মুখৰিত কৰি তোলে (AAGSU protest at Nikachi in Baksha)৷
Sela Pass Tunnel : নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে এছিয়াৰ সৰ্বোচ্চ উচ্চতাৰ চেলা সুৰংগ
প্রতিকূল বতৰৰ মাজতো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে ১৩,০০০ ফুট উচ্চতাৰ চেলা সুৰংগ । অতি উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ হৈছে এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লে'নযুক্ত পথ সুৰংগ (Sela Pass Tunnel) । চেলা পাছ সুৰংগ নিৰ্মাণ সন্দৰ্ভত BRO-ৰ ব্ৰিগেডিয়াৰ ৰমণ কুমাৰৰ সৈতে ই টিভি ভাৰত অসমৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ।
India Covid infections: ভাৰততত ক'ভিড সংক্ৰমিতৰ সংখ্যা হ’লগৈ 3,653
২০২০ চনৰ ২৩ আগষ্টত ৩০ লাখৰ সীমা অতিক্ৰম কৰিছিল ক'ভিড আক্ৰান্তই । ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ আছিল আক্ৰান্তৰ সংখ্যা । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰি দুই কোটিৰ ভয়াৱহ মাইলৰ খুঁটি অতিক্ৰম কৰিলে ক'ভিড আক্ৰান্তই ৷