শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া
শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ৷ সুৰাৰ ৰাগীত মাতাল হোৱাৰ অভিযোগ হৰদেব সিং নামৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা চুৰি হৈছিল এটা পানী মটৰ, যাৰ সন্দেহত ৰাইজে মুহিবুল আলি নামৰ এজনক কৰায়ত্ত কৰি গতাই দিয়ে চেৰেকাপাৰ আৰক্ষী চকীৰ হাতত ৷
দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান
দৰং জিলাত উপস্থিত হৈ শিক্ষা, স্বাস্থ্যসেৱাৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান ঘোষণা ৷ দৰং জিলা প্ৰশাসনে উন্নয়নৰ বাবে লোৱা পদক্ষেপক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰীৰ(Central Minister Pralhad Joshi at Darrang) ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম
বিশ্বৰ সর্বাধিক এশিঙীয়া খর্গৰ গঁড়ৰ বাসস্থানস্থল হিচাপে খ্যাত তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গণনাৰ কাম(Rhino census in Kaziranga National Park) ৷
Microfinance relief scheme: কোকৰাঝাৰত ৫০০০ গৰাকী মহিলাক চেক প্ৰদান
কোকৰাঝাৰ বিটিআৰ সচিবালয়ৰ বিশাল খেলপথাৰত দেওবাৰে মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত(Microfinance relief scheme) ৫০০০ গৰাকী মহিলা হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয় ।
Dibrugarh Fire incident: ডিব্ৰুগড়ৰ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে সৰ্বানন্দ সোনোৱালে
২৩ মাৰ্চত ডিব্ৰুগড়ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Union minister Sarbananda Sonowal visited Dibrugarh)৷ নিউ মাৰ্কেটৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।