নিজামৰ দেশলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চিন মোকাম নোহোৱা হ’ব নিজামৰ’’
দক্ষিণ ভাৰতত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Telangana) ৷ তেলেংগনাৰ ৱাৰেংগলত বিজেপিৰ সভাত উদাত্ত ভাষণ অসমৰ মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma addreses public meeting in Telangana) ৷ তেলুগু ভাষাত নিজামৰ দেশৰ ৰাইজক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই ক’লে এতিয়া আৰু নিজামৰ দিন নচলিব, চিন মোকাম নোহোৱা নিজাম, ওৱেছিৰ ৷
Jana Shatabdi Express connects Tripura-Manipur : ত্ৰিপুৰা-মণিপুৰ সংযোগী জনশতাব্দী এক্সপ্ৰেছ মুকলি
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল ত্ৰিপুৰা আৰু মণিপুৰৰ মাজত প্ৰথমখন জনশতাব্দী এক্সপ্ৰেছ । কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে মুকলি কৰে এই সেৱা (Railway minister flags off Jan Shatabdi Express) । আগৰতলাৰ বধৰঘাট ৰে’ল ষ্টেচন আৰু মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচনৰ মাজত সপ্তাহত তিনিবাৰকৈ চলাচল কৰিব ৰে'লখন ।
Preparation for Bhogali Bihu : যোৰহাটৰ পথাৰত ৰাইজে সাজিলে যন্তৰ-মন্তৰ
চেনেহৰ ভোগালীক আদৰিবলৈ দক্ষিণ-পশ্চিম যোৰহাটৰ ২ নং চৰাইবাহী গাঁৱত চলিছে পূৰ্ণ প্ৰস্তুতি (Preparation for Bhogali Bihu at Charaibahi) ৷ ৰাইজে একত্ৰিত হৈ সাজি উলিয়ালে যন্তৰ-মন্তৰ আকৃতিৰ ভেলাঘৰ ৷
HIV Cases in Kokrajhar: কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ
কোকৰাঝাৰত এইড আই ভি সম্পৰ্কীয় সজাগতা কৰ্মশালা ৷ বৰ্তমান জিলাখনত আছে 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী ৷
MLA Monoranjan Talukdar on new SOP : ক'ভিডৰ নতুন নিৰ্দেশনাক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ
মাণিকপুৰত অনুষ্ঠিত হৈছে চিপিআইএমৰ বঙাইগাঁও জিলাৰ দ্বাদশ সন্মিলন (12th CPIM Bongaigaon District general meeting) ৷ শনিবাৰে অনুষ্ঠিত এই সন্মিলনৰ মুকলি সভাত জিলাখনৰ চিপিআইএমৰ দলীয় নেতা-কৰ্মীৰ সৈতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বক্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে (12th CPIM meeting held at Manikpur) ৷