Covid infection in Assam: অসমত প্ৰথম পালি ভেকচিন লোৱা ২৭ লাখে লোকেই লোৱা নাই দ্বিতীয় পালি
বিভিন্ন ৰাষ্ট্ৰত পুনৰ ক'ভিডৰ ভয়াৱহ সংক্ৰমণ (Infection of Covid in World) । দেশৰ লগতে অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা । ক'ভিড-১৯ৰ ভেকচিন প্ৰতিজন লোকে গ্ৰহণ কৰাৰ ওপৰত সর্বাধিক গুৰুত্ব । অসমত ক'ভিডৰ প্ৰথম পালি ভেকচিন লৈছে ২,৪৮,১১,৪২৭ গৰাকীয়ে । দুয়োপালি ভেকচিন লৈছে ২,২১,৩১,৬৪০ গৰাকীয়ে । এতিয়াও ২৬,৭৯,৭৮৭ গৰাকীয়ে লোৱা নাই দ্বিতীয় পালি ভেকচিন । মাত্র ৩৩ লাখ লোকে লৈছে বুষ্টাৰ ড'জ ।
APSC Scam New Chapter: গোপন ফাইলে পোহৰলৈ আনিব ৰাকেশ পালৰ APSCৰ আন এক নিযুক্তি কেলেংকাৰী
APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল, এটি গোপনীয় ফাইল আৰু ফাইলৰখীয়াৰ কাহিনী (Rakesh Paul APSC Scam) ৷ এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত খোল খাব ৰাকেশ পালৰ APSC-ৰ আন এক কেলেংকাৰী ।
Reshuffle in administration of Assam : ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি
ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলত ১৮ গৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়া হৈছে (18 IAS officers from Assam promoted)। পদোন্নতি দিয়াৰ লগতে সামান্য সাল-সলনিও কৰা হৈছে । উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক পদোন্নতি দিয়া হৈছে । বিত্ত আৰু পশু পালন বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।
Police operation against drunk and drive : হাতত মৰ্টন লৈ ৰাজপথত কি কৰিছে টিংখাং আৰক্ষীয়ে ?
ৰাজ্যৰ চাৰিওফালে চলিছে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি (New year preparation)। সমান্তৰালকৈ ৰাজপথৰ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেও সষ্টম হৈছে অসম আৰক্ষী । ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰি যান-বাহন উলংঘনকাৰী চালকৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে (Police checking ahead of new year)।
Districts Abolished in Assam: বিলুপ্ত হ’ল অসমৰ চাৰিখন জিলা
বিলুপ্ত হ’ল ৰাজ্যৰ চাৰিখন জিলা ৷ উক্ত জিলাকেইখন হ’ল বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী (Districts Abolished in Assam)৷