DU ragging controversy: ৰেগিংকাণ্ডক লৈ মুখ খুলিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আৱাসীসকলে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে(Dibrugarh university Ragging incident) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসীসকলে বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা । তৃতীয় শক্তিয়ে পৰিচালনা কৰিছে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড(Dibrugarh University ragging controversy) ।
Anand Sharma Operation: তিনি ঘন্টা ধৰি চলা আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
তিনি ঘন্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ’ল আনন্দ শৰ্মাৰ (Anand Sharma Operation) ৷ আদিত্য নাৰ্চিং হোমত নিউৰ'চাৰ্জনৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালৰ (DR. Anil Pannalal) নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ৷
Gujarat Poll Phase 1: গুজৰাটৰ 14382 টা ভোটকেন্দ্ৰত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Voting begins in 89 seats across 19 districts) ৷ মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ (Gujarat Poll Phase 1)। পুৱা 8 বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।
DU ragging incident: কঠোৰ হাতেৰে দমন কৰা হ’ব ৰেগিং: মুখ্যমন্ত্ৰী
মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডৰ পাচত কঠোৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (Assam CM Himanta Bishwa Sarma reacted on DU ragging) ।
Pakistan woman vote in Junagadh: গুজৰাটত ভোটদান কৰিলে পাকিস্তানৰ মহিলাই..!
পাকিস্তানৰ মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতৰ গুজৰাটত ভোটদান কৰিলে । জুনাগড়ত জীৱনৰ প্ৰথমটো ভোটদান কৰি আনন্দিত হেমা মনীষ আহুজা নামৰ মহিলাগৰাকী (Pakistan woman vote for the first time)।