Naga Miscreant Encroachment : কাৰ্বি আংলঙত নগাৰ আগ্ৰাসনত ত্ৰস্ত গাঁওবাসী
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga aggression continues in Assam Nagaland border) । চৰম শংকা আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভোগাৰ কথা অসহায়ভাৱে বৰ্ণালে গাওঁবাসীয়ে ।
Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ
মহানগৰীৰ ৰুক্মিনী গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Sensational murder in Guwahati)। হিতেশ দাস নামৰ এজন লোকে বন্ধুক নৃশংসভাৱে হত্যা কৰিলে । হত্যা কৰি বস্তাত ভৰাই জংঘলত দলিয়ালে বন্ধুৰ মৃতদেহ । ইতিমধ্যে হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে (Dispur police arrested Murderer)।
Successful woman entrepreneur: চাউল, দাইল, বিলাহী আদিৰে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী শিৱসাগৰৰ চুমি
ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিভাৱে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে শিৱসাগৰৰ চুমি বৰা শইকীয়া । ভাড়াঘৰতে মৰম নামেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে মহিলাগৰাকীয়ে (Organic soap making industry in Sivasagar)। ৰাজ্যৰ লগতে পাঞ্জাৱ, ৰাজস্থানৰ মহিলাসকলো তেওঁৰ ব্যৱসায়ত জড়িত হৈ পৰিছে । মাহে লক্ষাধিক টকাৰ চাবোন বিক্ৰী কৰে চুমি বৰাই ।
MAC Visited Assam Nagaland Border : তিলোত্তমা হাঞ্চুৰ অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন
এমএচি তিলোত্তমা হাঞ্চুৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন (MAC Tilottma Hanchu visited Assam Nagaland border) । চৰকাৰৰ বিভিন্ন আঁচনি, মাটিৰ পট্টা, সীমান্ত পথ সন্দৰ্ভত ৰাইজৰ সৈতে মত-বিনিময় ৷
Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ
টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷