Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক
আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session)৷ অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা নিলম্বন হ’ল ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Sivsagar MLA Akhil Gogoi)৷
DGP Emergency meeting: তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ জৰুৰী বৈঠক
তেজপুৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (DGP emergency meeting in Tezpur)৷ জিলাখনৰ উপায়ুক্ত, পৰিবহণ বিষয়াৰ লগত উচ্চস্তৰীয় বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷
Rajasthan Congress Crisis : শচীন পাইলট আৰু অশোক গেহলটৰ সৈতে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ বৈঠক
ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে ।
Volleyball competition in Tinsukia: তিনিচুকীয়াত ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি
২৩ আৰু ২৪ ডিচেম্বৰত কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব ৰমাকান্ত শইকীয়া সোঁৱৰণী প্ৰথম বাৰ্ষিক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা(Invitational volleyball competition to be held in Tinsukia) । সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলণ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে ভলীবল প্ৰতিয়োগিতাখনি(Invitational volleyball competition in Tinsukia) ।
Health awareness camp in Jonai: জোনাই টাউন ক্লাৱত বিনামূলীয়া চিকিৎসা শিবিৰ
ৰায়াংস্থিত বিএন ডোগ্ৰা ৰেজিমেন্টৰ (20th BN Dogra Regiment) উদ্যোগত আৰু জোনাই মহকুমা প্ৰশাসনৰ সহযোগত জোনাই টাউন ক্লাব প্ৰাংগণত মঙলবাৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় (Free health camp at Jonai)। উক্ত শিবিৰত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা শতাধিক ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰে (Health awareness camp at Jonai Town Club)।