FIFA World Cup 2022 : দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ মেছি
কাটাৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰিলে মেছিয়ে (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল । লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে ।
Bratadava Eviction update: বটদ্ৰৱা উচ্ছেদস্থলীত ঢলি পৰিল আৰক্ষী জোৱান
বটদ্ৰৱাৰ বিভিন্ন এলেকাৰ প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে আজি পুৱাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান ৷ উচ্ছেদস্থলীতেই ঢলি পৰিল কৰ্তব্যৰত আৰক্ষী জোৱান ভবেন চন্দ্ৰ বৰা (policeman falls at Bratadava eviction site) ৷
Sanitation Workers Protest: চাফাই কৰ্মীক মুকলি কৰি দিয়াৰ দাবীত উত্তাল লখিমপুৰ
লখিমপুৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰাপ্য মজুৰি আৰু দুগৰাকী সহকৰ্মীক মোকলাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে (Sanitation Workers Protest in Lakhimpur) ৷
Railway track crack : ৰে'লপথৰ ভগা চিৰিৰ ওপৰেদি চলিল কেইবাখনো ৰেল !
নালন্দাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল শ শ ৰে'ল যাত্ৰী (Major train accident averted in Nalanda)। ভগা চিৰিৰ ওপৰেৰে পাৰ হৈ গ'ল যাত্ৰীবাহী আৰু মালবাহী ৰে'ল । গমকে নাপালে ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে । স্থানীয় লোকৰ সজাগতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল কেইবাখনো ৰে'ল ।
Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ
বিহাৰত অব্যাহত আছে মৃত্যুৰ কিৰিলি ৷ যোৱা পাঁচ দিনত আৰক্ষীয়ে বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 জন লোকক গ্ৰেপ্তাৰ কৰে (Many liquor mafia arrested)৷