Child Kidnaping in Guwahati: মহানগৰীত বিদ্যালয়ৰ শিশুক অপহৰণৰ চেষ্টা বিএচএফ জোৱানৰ
মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ ঘটনা ৷ বিদ্যালয়ৰ পৰাই এটি শিশুক অপহৰণৰ চেষ্টা (Attempted to kidnap child from school in Maligaon)৷
Dengue in Assam : ডেংগুৰ প্ৰকোপত আতংকিত ৰাজ্যবাসী
ৰাজ্যত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ডেংগু ৰোগ (Dengue becoming severe in Assam) । ৰাজ্যৰ কেবাখনো জিলাত ডেংগুত আক্ৰান্ত হৈছে বহু লোক ৷ চিন্তিত ৰাজ্যবাসী ৷
Raas purnima 2022: মাজুলীত ভিৰ দেশী-বিদেশী পৰ্যটকৰ
‘‘আহা সখী আহা বাই বৃন্দাবনে যাও, বজাইছে মোহন বংশী নয়ন ভৰি চাও...’’ আজি ৰাস মহোৎসৱ ৷ শ্ৰীকৃষ্ণৰ বৰ্ণনাত মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ৰাসৰ বাবে মাজুলীলৈ ইতিমধ্যে আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ (Tourist gathering Majuli for Raas Mahotsav 2022) ৷ ব্যস্ত মাজুলীয়াল ৷
Assam Assembly dress code : কাৰ্যালয়ত জিন্স-টি চাৰ্ট পিন্ধাত নিষেধাজ্ঞা !
কৰ্ম সংস্কৃতি-পোচাক পৰিধানক লৈ বিধানসভাৰ প্ৰধান সচিবৰ বিশেষ জাননী (Assam Assembly dress code) ৷ পুৱা ৯:৩০ বজাত কাৰ্যালয়ত উপস্থিত হ’ব লাগিব বিধানসভা সচিবালয়ৰ কৰ্মচাৰী ৷ মহিলাসকলে পিন্ধিব লাগিব ছুৰিদাৰ, শাৰী, মেখেলা-চাদৰ অথবা আনুষ্ঠানিক পেন্ট-চাৰ্ট ৷ ঠিৰাং কৰিলে সাংবাদিকৰো ড্ৰেছ ক’ড ৷
Amla for health: দিনে এটাকৈ আমলখি খাওক সুস্বাস্থ্যৰ প্ৰমাণ হাততে পাওক
আমলখি স্বাস্থ্যৰ বাবে অন্যতম উপকাৰী ফল হিচাপে বিবেচিত হৈছে । সতেজ গুজবেৰী অৰ্থাৎ আমলখি মানুহে খাদ্যত বহু ৰূপত ব্যৱহাৰ কৰে যেনে শাক-পাচলি, আচাৰ, মুৰাব্বা, চাটনি আৰু চকলেট । যদিও বজাৰত আমলখি গুড়ি, ৰস আদি বহু ৰূপতো পোৱা যায়, কিন্তু প্ৰতিদিনে পুৱা এটা সতেজ আমলখি মূল ৰূপত খালে বা সতেজ আমলখিৰ ৰস সেৱন কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰী বুলি বিশ্বাস কৰা হয় । স্বাস্থ্যৰ বাবে ইয়াৰ উপকাৰিতাৰ বাবে ইয়াক আয়ুৰ্বেদত অমৃত বুলিও কোৱা হয় ।