Rahul Gandhi should be Congress PM candidate : প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাহুল গান্ধী যোগ্য প্ৰাৰ্থী;ভূপেশ বাঘেল
কমল নাথৰ পাছত এইবাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’বলৈ আহ্বান জনাইছে (Rahul Gandhi should be Congress PM candidate in 2024 polls)৷
Tourists celebrate New Year: তুষাৰ শুভ্ৰ কাশ্মীৰত নৱবৰ্ষ উদযাপন কৰি উৎফুল্লিত পৰ্যটক
পুৰণি বৰ্ষক বিদায় দি এয়া নতুন বছৰক আদৰাৰ দিন ৷ আজি নৱবৰ্ষৰ পহিলা দিন (New Year celebration)৷ ইফালে শীতকাল সোমোৱাৰ পিছতেই শুভ্ৰ তুষাৰেৰে মনোমোহা হৈ পৰিছে ভূ-স্বৰ্গ কাশ্মীৰ উপত্যকা ৷ কাশ্মীৰৰ মনোৰম সৌন্দৰ্যই হাত বাউল দি মাতিছে পৰ্যটকক ৷ অৱশ্যে কাশ্মীৰ বুলি ক’লেই সকলোৰে মন যায় খোজ এটা হ’লেও থবলৈ (Tourist spots in the Kashmir Valley)৷
Five died in road accident: বছৰৰ পহিলা দিনতে ট্ৰাকৰ খুন্দাত 5 গৰাকী নিহত
ৰাজস্থানৰ হনুমানগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Hanumangarh) ৷ ট্ৰাকে মহতিয়ালে এখন চাৰিচকীয়া বাহন ৷ এই পথ দুৰ্ঘটনাত 5 গৰাকী লোক থিতাতে মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয় (Car Truck Collision 5 People Died) ৷
Earthquake in jhajjar: নৱবৰ্ষক আদৰাৰ সময়তে হাৰিয়ানাত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি
নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে দিল্লী আৰু কাষৰীয়া অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ হয় (Earthquake tremors felt in Haryana) । ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা মতে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮ ৰিখটাৰ স্কেল ।
Terrorists killed by Pak Army : পাকিস্তানী সেনাৰ অভিযানত নিহত 4 সন্ত্ৰাসবাদী
উত্তৰ ৱাজিৰিস্তানৰ সীমান্তৱৰ্তী বান্নু জিলাৰ জানিখেলত পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা । এই গুলীচালনাত নিহত হয় 4 টাকৈ নিষিদ্ধ সংগঠনৰ সদস্য (4 militants killed in north Waziristan)। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পাকিস্তানী সেনাই চলাইছিল সামৰিক অভিযান ।