Assam Grade 3 Result 2022 : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল
আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Grade 3 result)। Sebaonline.org ৱেৱচাইটযোগে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে ৷
ICC T20 WC: দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিলে ভাৰতৰ
আই চি চি টি-20 বিশ্বকাপত নেডাৰলেণ্ডৰ হাতত 13 ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকা ৷ দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমি ফাইনেলত পথ প্ৰশস্ত কৰিলে টীম ইণ্ডিয়াৰ (India qualified for Semifinals) ৷
Experimental farming at Rangia : হেমা-কৰিশ্মা-আস্থাই আনিছে কৃষকলৈ আশাৰ বতৰা
হেমা, কৰিশ্মা আৰু আস্থাই আনিছে অসমৰ কৃষকলৈ সুখবৰ । হেমা, কৰিশ্মা অথবা আস্থা অৱশ্যে কোনো মহিলা বা যুৱতী নহয় ৷ এয়া হৈছে ধানৰ উন্নত জাত (Improved varieties of paddy) । এইকেইটা জাতকে ধৰি সমুদায় দহটা উন্নত জাতৰ খেতি পৰীক্ষণমূলকভাৱে কৰি আছে ৰঙিয়া নকুলৰ কৃষকসকলে ।
Lt Gen Rana Pratap Kalita : নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা
ৰঙিয়াত লেফ্টেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ (Lt Gen Rana Pratap Kalita felicitated at Rangia)। এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সপোন বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা প্ৰয়োজন ।
Anti Dengue Operation at Diphu : ডিফুত দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধী অভিযান
ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ (Dengue at Diphu) ৷ চৰকাৰী তথ্য অনুসৰি ৩০৮ জন আক্ৰান্ত, ৩ জনৰ মৃত্যু ৷ ডিফুত বাহৰ পাতি দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধত লাগিছে আই এ এছ ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া ৷