Health insurance for senior citizens : উৎকৃষ্ট বীমা আঁচনি কেনেদৰে বাছনি কৰিব
স্বাস্থ্য হৈছে পৰম সম্পদ ৷ কিন্তু আমাৰ বেছিভাগেই স্বাস্থ্যক অৱহেলা কৰে ৷ যেতিয়া আমি চিকিৎসালয়ত ভৰ্তি হওঁ, তেতিয়াহে স্বাস্থ্যৰ যত্ন লওঁ । কিন্তু এবাৰ আমাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত আমাৰ সাঁচতীয় সকলো ধন ব্যয় কৰিবলগীয়া হয় ৷ যাৰ বাবে বৰ্তমানে স্বাস্থ্য বীমা আঁচনিবোৰ প্ৰয়োজনীয় হৈ পৰিছে ৷ বিশেষকৈ ৬০ৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে এয়া নিতান্তই প্ৰয়োজনীয় (Health insurance for senior citizens)৷ কিন্তু কেনেদৰে নিজৰ বাবে বাছি উলিয়াব সৰ্বশ্ৰেষ্ঠ বীমা আঁচনি ?
International Women's Day : শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ
দহজনী মহিলাৰ প্ৰেৰণাৰ উৎস কলিয়াবৰৰ ৰীণা কলিতা ৷ ৰীণাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন (Assam woman become self reliant with Artistic work at Kaliabor) ৷ নাৰী দিৱসৰ এই বিশেষ দিনটোত ইটিভি ভাৰত, অসমৰ পৰা ৰীণাৰ লগতে প্ৰতিগৰাকী যাচিলো নাৰীলৈ শুভেচ্ছা ৷
International Women's Day: ২৯ গৰাকী মহিলাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব নাৰী শক্তি পুৰস্কাৰ
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ২৯ গৰাকী বিশিষ্ট মহিলাক প্ৰদান কৰা হ'ব নাৰী শক্তি পুৰস্কাৰ । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই বঁটা (President to confer the Nari Shakti Puraskars) । প্ৰধানমন্ত্ৰী মোডীয়ে বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে ।
Heroin seize in India Myanmar Border : ভাৰত-ম্যানমাৰ সীমান্তত জব্দ 3 কোটি মূল্যৰ হেৰ’ইন
মিজোৰামৰ সমীপৰ ভাৰত-ম্যানমাৰ সীমান্তত জব্দ নিচাযুক্ত হেৰ’ইন (Heroin seize in India Myanmar Border) ৷ ৬৬ টা চাবোনৰ বাকচত চাৰিটাকৈ বাণ্ডিলত লুকুৱাই অনা হেৰ’ইনখিনিৰ ওজন হৈছে ৭৮০ গ্ৰাম ৷ অসম ৰাইফলছে জব্দ কৰে উক্ত হেৰ’ইন ৷ ইফালে, লামডিং ৰে’ল আৰক্ষীয়ে সোমবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰণৰ সামগ্ৰী ৷ য’ত আছে ৫৮০ জিলেটিন ৰোল সহ বৈদ্যুতিক তাঁৰ ৷
Road accident at Rangia : ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত এজন
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত ভয়ংকৰ দুৰ্ঘটনা (Road accident at Rangia) সংঘটিত ৷ থিতাতে নিহত এজন ৷ নিহত ব্যক্তিজন অংশুমান বৰ্মন বুলি জানিব পৰা গৈছে ৷