অসম

assam

ETV Bharat / state

বিজনীত গাঞ্জাসহ মহিলাক আটক

গেৰুকাবাৰীৰ শাকতোলাৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷ গাঞ্জাৰ ব্যৱসায় কৰা মহিলাগৰাকীক আটক কৰি বঙাইগাঁৱৰ আবকাৰী বিভাগে নিজৰ জিম্মাত লৈছে ৷

By

Published : May 20, 2019, 6:45 PM IST

বিজনীত গাঞ্জাসহ মহিলাক আটক

চিৰাং, 20 মে' : বিজনীৰ গেৰুকাবাৰীত গাঞ্জাসহ এগৰাকী মহিলাক আটক ৷ গেৰুকাবাৰীৰ শাকতোলাৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷

বিজনীত গাঞ্জাসহ মহিলাক আটক

আবকাৰী বিষয়া ৰিংছাৰ বসুমতাৰীয়ে জনোৱা অনুসৰি জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় 14 কিলোগ্ৰাম ৷ গাঞ্জাৰ ব্যৱসায় কৰা মহিলাগৰাকীক আটক কৰি বঙাইগাঁৱৰ আবকাৰী বিভাগে নিজৰ জিম্মাত লৈছে ৷

ABOUT THE AUTHOR

...view details