বঙাইগাঁও, ২৮ জুন : বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ আই নৈৰ দলঙৰ ওচৰৰ অসমৰ একমাত্ৰ নদী আৰক্ষী চকীখন মাত্ৰ এজন আৰক্ষী জোৱানেৰে চলি আহিছে । দীৰ্ঘ দিন ধৰি এজন আৰক্ষীৰে চলি থকা এই আৰক্ষী চকীয়ে উদঙাইছে অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফোঁপোলা স্বৰূপ ।
এজন আৰক্ষীৰে চলিছে ৰাজ্যৰ একমাত্ৰ নদী আৰক্ষী চকী - কেৱল এজন আৰক্ষী জোৱান
আধুনিকীকৰণৰ অভাৱত অসমৰ একমাত্ৰ নদী আৰক্ষী চকী । বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ আই নদী আৰক্ষী চকী মাত্ৰ এজন জোৱানেৰে চলি আহিছে ।
![এজন আৰক্ষীৰে চলিছে ৰাজ্যৰ একমাত্ৰ নদী আৰক্ষী চকী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3685561-thumbnail-3x2-po-2.jpg)
এজন আৰক্ষীৰে চলিছে অসমৰ একমাত্ৰ নদী আৰক্ষী চকী
এজন আৰক্ষীৰে চলিছে অসমৰ একমাত্ৰ নদী আৰক্ষী চকী
আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, এই আৰক্ষী চকী খনত নাই কোনো ধৰণৰ মাৰণাস্ত্ৰ । মাৰণাস্ত্ৰৰ অবিহনে ধৰ্মেন্দ্ৰ দাস নামৰ এজন আৰক্ষী জোৱানেৰে চলি আহিছে এই আৰক্ষী চকী ।