অসম

assam

ETV Bharat / state

Person injured in attack: বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ ঘটনা

বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ ঘটনা ৷ দুটা পক্ষৰ আক্ৰমণত আহত ডাম্পাৰৰ চালকসহ মেনেজাৰ আৰু মালিক ৷ ডাম্পাৰৰ মালিক আতোৱাৰ ৰহমান, মেনেজাৰ আজগৰ আলী আৰু চালক মচলেমুদ্দিন আলী আহত ৷

Three person are injured in attack of miscreants in Bongaigaon
বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ ঘটনা

By

Published : Nov 24, 2022, 1:32 PM IST

  • বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ ঘটনা
  • দুটা পক্ষৰ আক্ৰমণত আহত ডাম্পাৰৰ চালকসহ মেনেজাৰ আৰু মালিক
  • ডাম্পাৰৰ মালিক আতোৱাৰ ৰহমান, মেনেজাৰ আজগৰ আলী আৰু চালক মচলেমুদ্দিন আলী আহত
  • তিনিওজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় বঙাইগাঁও লৱাৰ আছাম হাস্পতালত
  • ঘটনাস্থলীত নিউ বঙাইগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
  • উল্লেখ্য যে চাপৰাকাটা গাঁৱৰ মাজেৰে যোৱা পথচোৱা অতি ঠেক
  • ইয়াৰ পাছতো পথচোৱাৰে দিনে নিশাই টেক্টৰ আৰু ডাম্পাৰ চলি থকা অভিযোগ আছিল পূৰ্বৰে পৰা
  • ফলত একাংশ ৰাইজে ডাম্পাৰ সোমোৱাত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত
  • ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
    বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ ঘটনা

ABOUT THE AUTHOR

...view details