বঙাইগাঁও, 16 মে': সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাওঁ জিলাতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণ ৷ মহামাৰী কৰ’ণাই কাল ৰূপ ধাৰণ কৰাত চৰকাৰে জাৰি কৰা নতুন SOPক সমৰ্থন জনাই বঙাইগাওঁ জিলাৰ মাণিকপুৰ, পাতিলাদহাত দোকান বন্ধ কৰি 12 বজাৰ পৰা দিয়া কাৰ্ফিউক সমৰ্থন জনায় ব্যৱসায়ী সন্থাই ।
নতুন ক’ভিড নিৰ্দেশনাক সমৰ্থন বঙাইগাওঁ জিলাৰ ব্যৱসায়ী সন্থাৰ - আতংকময় পৰিবেশ
চৰকাৰে জাৰি কৰা নতুন SOPক সমৰ্থন বঙাইগাওঁ জিলাৰ ব্যৱসায়ী সন্থাৰ ৷ বঙাইগাওঁ জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷
নতুন ক’ভিড নিৰ্দেশনাক সমৰ্থন বঙাইগাওঁ জিলাৰ ব্যৱসায়ী সন্থাৰ
বৰ্তমানলৈ কৰ’ণাক্ৰন্ত ৰোগীৰ সংখ্যাই 2000 ঘৰ অতিক্ৰম কৰিছে জিলাখনত । ভালে কেইজন লোকৰো এই মহামৰীত মৃত্যু ঘটিছে । ইয়াকে লৈ মাণিকপুৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । এই জৰুৰীকালীন পৰিস্থিত স্থানীয় সু-হৃদয়বান লোকে সহায় কৰিছে দুৰ্ভগীয়া সকলক ।
লগতে পঢ়ক :টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক