ETV Bharat / state
অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন - অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন
বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon ) ৷ আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২ য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে ৷
![অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন Man arrested with pistols in Bongaigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16372468-thumbnail-3x2-ghkh.jpg)
অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন
By
Published : Sep 14, 2022, 8:39 PM IST
| Updated : Sep 14, 2022, 9:26 PM IST
- বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon)
- আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে
- মহকুমা আৰক্ষী বিষয়াই এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান
- অভয়াপুৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 25(1)A Arms act ৰ অধীনত 407/22 নম্বৰত এটা গোচৰ ৰুজু কৰিছে
- অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন
Last Updated : Sep 14, 2022, 9:26 PM IST