বঙাইগাঁও,২৪ জুন:বঙাইগাঁৱত সংঘটিত এক শ্বাসৰুদ্ধকাৰী ঘটনা । বঙাইগাঁও জিলাৰ কিষান বজাৰৰ সমীপত নিৰ্মাণৰত অগ্ৰিম আৱাসত সংঘটিত হৈছে এই অঘটন । আৱাসটোৰ সপ্তম মহলাত কৰ্মৰত এগৰাকী শ্ৰমিক বাগৰি পৰে তলত ।
এই ঘটনা সংঘটিত হোৱাৰ পাছতেই হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । সংকটজনক অৱস্থাত শ্ৰমিকগৰাকীক বঙাইগাঁৱৰ লৱাৰ অসাম হাস্পতালত(Labourers undergoing treatment after falling from the seventh floor) । আহত শ্ৰমিকজন বঙাইগাঁও জিলাৰ মেৰেশ্বৰৰ ৰকিবুল ইছলাম বুলি জানিব পৰা গৈছে ।