বঙাইগাঁও 24 মাৰ্চঃ- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অভয়াপুৰীৰ সমীপৱৰ্তী সৃজন গ্ৰামৰ খামাৰপাৰত শনিবাৰে উলহ মালহৰে উদযাপন কৰা হয় সুৱেৰী উৎসৱ৷
অভয়াপুৰীত ফাকুৱাৰ সুঁৱেৰী উদযাপন, উদুলি -মুদুলি সৃজনগ্ৰাম - সুৱেৰী উদযাপন
আমগুৰি সত্ৰত থকা ৰঘূনাথ বিগ্ৰহ মন্দিৰ(সত্ৰ)ত উপবিষ্ট হৈ থকা সেউজীয়া আৰু নীলা ৰঙৰ সংমিশ্ৰিত ৰামৰ মূৰ্তিৰ লগতে বৃহত্তৰ সৃজনগ্ৰামৰ ২৬ খন ৰাজহ গাঁওৰ বিভিন্ন সত্ৰৰ 9 টা বিগ্ৰহ একেখন পথাৰতে একত্ৰিত হোৱাৰ পিছতে অনুষ্ঠিত হয় সুৱেৰী উৎসৱ
অভয়াপুৰীত ফাকুৱাৰ সুৱেৰী উদযাপন
উল্লেখ্য যে দেশৰ ভিতৰতে অতি বিৰল আমগুৰি সত্ৰত থকা ৰঘূনাথ বিগ্ৰহ মন্দিৰ(সত্ৰ)ত উপবিষ্ট হৈ থকা সেউজীয়া আৰু নীলা ৰঙৰ সংমিশ্ৰিত ৰামৰ মূৰ্তিৰ লগতে বৃহত্তৰ সৃজনগ্ৰামৰ ২৬ খন ৰাজহ গাঁওৰ বিভিন্ন সত্ৰৰ 9 টা বিগ্ৰহ একেখন পথাৰতে একত্ৰিত হোৱাৰ পিছতে অনুষ্ঠিত হয় সুৱেৰী উৎসৱ। এই সুৱেৰী উৎসৱত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ অসংখ্য ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰিছে৷
Last Updated : Mar 24, 2019, 9:19 AM IST