অসম

assam

By

Published : Jun 20, 2020, 3:14 PM IST

ETV Bharat / state

বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁও জিলাৰ বিভিন্ন থানাৰ পৰা জব্দ কৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য জ্বলাই ধবংস কৰে বঙাইগাঁও জিলা ড্ৰাগ ডিছপোজেল কমিটীয়ে ৷

Drug destroyed by bongaigaon administration
বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁও,20জুনঃ বঙাইগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন থানাত জব্দ হোৱা নিচাজাতীয় দ্ৰব্য সমূহ ধবংস কৰে জিলাখনৰ ড্ৰাগ ডিছপোজেল কমিটীয়ে ৷ আদালতৰ নিৰ্দেশত জুইত দাহ কৰে বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য ৷

বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ধবংস

আদালতৰ তত্বাৱধানত আছিল বঙাইগাঁও জিলাৰ প্ৰায় প্ৰতিখন থানাৰ পৰাই বিভিন্ন সময়ত জব্দ কৰা এই সমূহ নিচা জাতীয় দ্ৰব্য ৷ আদালতৰ নিৰ্দেশ মৰ্মেই শুকুৰবাৰে এই সমূহ নিচাজাতীয় দ্ৰব্য ধবংস কৰে বঙাইগাঁও জিলা প্ৰশাসনে ৷

বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

লগতে পঢ়কঃ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰ গৃহ

ABOUT THE AUTHOR

...view details