বঙাইগাঁও,16 চেপ্তেম্বৰঃ সোমবাৰে বঙাইগাঁও জিলাৰ অন্তৰ্গত পানবাৰীৰ 3 নং গৰাইমাৰীত হাবিৰ মাজত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকৰ সন্দেহ অনুসৰি যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি জংঘলত পেলাই দিয়ে ৷
বঙাইগাঁৱত হাবিৰ মাজত যুৱতীৰ মৃতদেহ উদ্ধাৰ - বিজনী মহকুমাধিপতি
স্থানীয় লোকৰ সন্দেহ অনুসৰি যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি জংঘলত পেলাই দিয়ে ৷
![বঙাইগাঁৱত হাবিৰ মাজত যুৱতীৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4453675-thumbnail-3x2-bfsdn1.jpg)
বঙাইগাঁৱত হাবিৰ মাজত যুৱতীৰ মৃতদেহ উদ্ধাৰ
বঙাইগাঁৱত হাবিৰ মাজত যুৱতীৰ মৃতদেহ উদ্ধাৰ
ৰাইজৰ খবৰ ভিত্তিত পানবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰে ৷পৰৱৰ্তী সময়ত বিজনী মহকুমাধিপতি ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷