অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ গান্ধী ময়দানত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী - প্ৰতিবাদ

জাগীৰোড আৰু পাঁচগ্ৰাম কাগজকলৰ পুনৰ মুকলিকে ধৰি ভিন্ন দাবীত প্ৰতিবাদ চি পি আই এমৰ কৰ্মকৰ্তাৰ

চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী

By

Published : May 10, 2019, 6:16 PM IST

বঙাইগাঁও,10 মে': বঙাইগাঁৱৰ গান্ধী ময়দানত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী। জাগীৰোড আৰু পাঁচগ্ৰাম কাগজকল দুটাৰ পুনৰ মুকলি,কাগজ কল দুটাৰ শ্ৰমিক-কৰ্মচাৰী সকলৰ বকেয়া দৰমহা মোকলাই দিয়া,কাগজকল দুটা পুনৰোজ্জীৱিত নকৰালৈ কৰ্মচাৰী-শ্ৰমিক সকলৰ খাদ্য যোগান,লৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এমৰ কৰ্মকৰ্তা সকলে।

চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী

ইপিনে নাগৰিকপঞ্জী উন্নয়নৰ কামত হোৱাই নোহোৱাই অভিযোগ উত্থাপনেৰে হাৰাশাস্তি কৰাৰো বিৰোধিতা কৰে চি পি আই এমে ৷

ABOUT THE AUTHOR

...view details