অসম

assam

By

Published : Apr 20, 2019, 2:31 PM IST

ETV Bharat / state

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত

পশ্চিম বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ঘাসবাৰীত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন লোক আহত হয় ৷

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত


পশ্চিম বিলাসীপাৰা, 20 এপ্ৰিলঃ পশ্চিম বিলাসীপাৰাৰ ঘাসবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত তিনিগৰাকীকৈ লোক আহত হয় ৷ ঘটনা অনুসৰি, AS 16 E 2564 আৰু AS 17 J 0195 নম্বৰৰ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই লোক তিনিজন আহত হয় ৷

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত

আহত সকলক কাছকাটা গাঁৱৰ হাফিজুল আলী আৰু তেঁওৰ মাতৃ হাৱা বিবি লগতে আনজন আজিদুৰ হক বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজৰ সহযোগত নয়াহাট আৰক্ষীয়ে তিনিওকে বিলাসীপাৰা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে |

ABOUT THE AUTHOR

...view details