বঙাইগাঁও, 14 নৱেম্বৰ : বঙাইগাঁও জিলাৰ খগৰপুৰস্থিত আলফোনচা বিদ্যালয়ত শনিবাৰে বিশেষভাবে সক্ষম শিশু, ছাত্ৰ-ছাত্ৰীসকলে পালন কৰে শিশু দিৱস আৰু দেৱালী ৷ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে নাচ-গানেৰে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন পালন কৰে । মিছনাৰী বিদ্যালয়খনৰ কৰ্তৃপক্ষই ক’ভিডৰ সতৰ্কতাৰ মাজত আয়োজন কৰে শিশু দিৱস ।
বঙাইগাঁৱত বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ শিশু দিৱস উদযাপন - শিশু দিৱস
বিদ্যালয়খনৰ কৰ্তৃপক্ষই ক’ভিডৰ সতৰ্কতাৰ মাজত আয়োজন কৰে শিশু দিৱস ।

বঙাইগাঁৱত বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ শিশু দিৱস উদযাপন