বঙাইগাঁও, 15 নৱেম্বৰ :বঙাইগাঁও জিলাৰ অভয়াপুৰীত ব্যতিক্ৰমীভাৱে দীপাৱলী উদযাপন কৰা হয় । চীনা সামগ্ৰী বৰ্জনেৰে 5 হাজাৰৰ অধিক মাটিৰ চাকি জ্বলোৱা হয় ৷
বঙাইগাঁৱত 5 হাজাৰ মাটিৰ চাকিৰে দীপাৱলী উদযাপন - অভয়াপুৰী
বঙাইগাঁৱত দীপাৱলী উদযাপন ৷ শব্দৰ পৰিৱৰ্তে পোহৰৰে উদযাপন কৰা দীপাৱলীৰ ৷
![বঙাইগাঁৱত 5 হাজাৰ মাটিৰ চাকিৰে দীপাৱলী উদযাপন Celebration of Diwali with 5,000 clay pots in Bongaigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9547708-926-9547708-1605404308757.jpg)
বঙাইগাঁৱত 5 হাজাৰ মাটিৰ চাকিৰে দীপাৱলী উদযাপন
অভয়াপুৰীৰ পিৰাধৰাত উদযাপন কৰা হয় এই দীপাৱলীৰ । গাঁৱখনৰ সকলো লোকে অংশগ্ৰহণ কৰে এই উৎসৱত ৷
লগতে পঢ়ক :ক’ভিডৰ মাজতে কৰিমগঞ্জত দীপাৱলী উদযাপন