অসম

assam

ETV Bharat / state

আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদানকলৈ উৎফুল্লিত অভয়াপুৰীৰ কংগ্ৰেছী - ETV BHARAT

ৰাজীৱ ভৱনত মিঠাই বিতৰণ কৰি আনন্দ উৎসৱৰ আয়োজন কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ বৰপেটা লোকসভা সমষ্টিত আব্দুল খালেকৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ কেন্দ্ৰত বিজেপিৰ অপশাসনৰ অন্ত পৰাটো অৱশ্যম্ভাৱী বুলি মন্তব্য কৰে অভয়াপুৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷

CANDIDATURE TO ABDUL KHALEK

By

Published : Mar 30, 2019, 12:18 AM IST

Updated : Mar 30, 2019, 5:23 AM IST

অভয়াপুৰী, 29 মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিতভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জনিয়াৰ বিধায়ক আব্দুল খালেকক ৷ এই খবৰ লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে অভয়াপুৰীৰ কংগ্ৰেছ কৰ্মীসকল । ৰাজীৱ ভৱনত মিঠাই বিতৰণ কৰি আনন্দ উৎসৱৰ আয়োজন কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

CANDIDATURE TO ABDUL KHALEK

বৰপেটা লোকসভা সমষ্টিত আব্দুল খালেকৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ কেন্দ্ৰত বিজেপিৰ অপশাসনৰ অন্ত পৰাটো অৱশ্যম্ভাৱী বুলি মন্তব্য কৰে অভয়াপুৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷

Last Updated : Mar 30, 2019, 5:23 AM IST

ABOUT THE AUTHOR

...view details