বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী - জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔ ডুবিৰ খেলুৱাপাৰা চতুৰ্থ খণ্ড প্ৰাথমিক বিদ্যালয় কোৰেইনটাইন কেন্দ্ৰত বানৰ তাণ্ডৱ । হাহাকাৰ অৱস্থা আৱাসীৰ মাজত ।

বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী
বঙাইগাঁও,25জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔ ডুবিৰ খেলুৱাপাৰা চতুৰ্থ খণ্ড প্ৰাথমিক বিদ্যালয় থকা কোৱাৰেন্টাইন কেন্দ্ৰত বানৰ তাণ্ডৱ। বিচনা যোগান নধৰাত মজিয়াতে থাকিব লগীয়া হোৱাৰ লগতে অন্যান্য মৌলিক প্ৰয়োজনীয় সুবিধাৰ পৰাও বঞ্চিত বুলি আৱাসীসকলে অভিযোগ কৰিছে। ইপিনে শৌচালয়,খোৱা পানীৰ বাবে থকা একমাত্ৰ দমকল পানীত বুৰ যোৱাৰ ফলত খোৱা পানীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে আৱাসী সকলে ।
বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী
লগতে পঢ়কঃনৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা