বঙাইগাঁও,23 ফেব্ৰুৱাৰীঃ সোমবাৰে বঙাইগাঁৱত জিলা কংগ্ৰেছৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বঙাইগাঁও সদৰ চহৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছে ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - অত্যাৱশ্যকীয় সামগ্ৰী
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত জিলা কংগ্ৰেছৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
একেদৰে বিজেপিয়ে সকলো ক্ষেত্ৰতে বিফল হোৱাৰ পিচত বিমুদ্ৰাকৰণ আৰু মূল্যবৃদ্ধিৰে সাধাৰণ জনতাৰ জীৱনত মাধামাৰ শোধোৱাৰ অভিযোগ তুলিছে বিৰোধী দল কংগ্ৰেছে ।
লগতে পঢ়কঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী