বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন - ছেল্ফি জ'ন
বঙাইগাঁও জিলাৰ নৱ প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ জিলা নিৰ্বাচন বিভাগে "সংকল্প" নামৰ নতুন মোবাইল এপৰ ব্যৱস্থা কৰাৰ ওপৰি ভোট কেন্দ্ৰত ছেল্ফি জ'নৰ ব্যৱস্থা কৰিছে ।

বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন
বঙাইগাঁও,23এপ্ৰিল: বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও বিধান সভা সমষ্টিত তিনিটা মডেল ভোটকেন্দ্ৰৰ ওপৰি ৮ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে ভোটকেন্দ্ৰসমূহ ভ্ৰমণ কৰি সকলো দিশ পৰ্যবেক্ষণ কৰে ৷ এই সকলো সামৰি ই টিভি ভাৰতৰ সাংবাদিক আব্দুল মালেক আহমেদৰ এক প্ৰতিবেদন-
বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন