বইটামাৰী, 15 মাৰ্চঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীৰ গোপন অভিযানত জব্দ বিদেশৰ চিগাৰেট ভৰ্তি এখন ট্ৰাক । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বইটামাৰী নিত্য বজাৰত জব্দ AS-01 DC-9881 নম্বৰৰ বিদেশী চিগাৰেট ভৰ্তি ট্ৰাকখন ৷ জব্দ কৰা চিগাৰেটখিনিৰ মূল্য এতিয়ালৈ জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰে আৰক্ষীৰ লোকে । লগতে জব্দ চিগাৰেটখিনি কোৰিয়া, ইণ্ডোনেচিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু হংকংত প্ৰস্তুত হোৱা বুলিও উল্লেখ কৰে ।
বইটামাৰীত জব্দ বিদেশী চিগাৰেট ভৰ্তি এখন ট্ৰাক - ইণ্ডোনেচিয়া
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বইটামাৰী নিত্য বজাৰত জব্দ AS-01 DC-9881 নম্বৰৰ বিদেশী চিগাৰেট ভৰ্তি একন ট্ৰাক ৷ বইটামাৰী আৰক্ষীৰ গোপন অভিযানত জব্দ বিদেশৰ চিগাৰেট ভৰ্তি ট্ৰাকখন ৷
![বইটামাৰীত জব্দ বিদেশী চিগাৰেট ভৰ্তি এখন ট্ৰাক চিগাৰেট ভৰ্তি এখন ট্ৰাক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6422306-1070-6422306-1584303591309.jpg)
চিগাৰেট ভৰ্তি এখন ট্ৰাক
Last Updated : Mar 16, 2020, 2:00 AM IST