অসম

assam

ETV Bharat / state

বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ ফেচবুকত অপপ্ৰচাৰ - Coron virus fake news at Bongaigaon

পেজখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে ।

ফেচবুকত অপপ্ৰচাৰ
ফেচবুকত অপপ্ৰচাৰ

By

Published : Mar 7, 2020, 7:20 PM IST

Updated : Mar 7, 2020, 7:30 PM IST

বঙাইগাঁৱত, 7 মাৰ্চঃ বঙাইগাঁৱত কৰ'ণা ভাইৰাছকলৈ অপপ্ৰচাৰ চলাইছে এটা ফেচবুক পেজে ৷ "I love Bongaigaon" নামৰ এটা ফেচবুক পেজে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ "ৱাৰ্ডবয় প্ৰমোদ ৰায়"ক কৰ'ণা ভাইৰাছৰ ৰোগী সজাই জিলাখনত অপপ্ৰচাৰ চলায় । ফলত হাৰাশাস্তিত ভূগিব লগীয়া হৈছে উল্লেখিত যুৱকজন ৷ পেজখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে।

ফেচবুকত অপপ্ৰচাৰ
Last Updated : Mar 7, 2020, 7:30 PM IST

ABOUT THE AUTHOR

...view details