বঙাইগাঁও,৮ এপ্ৰিলঃ বঙাইগাঁৱত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছ দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল । ৰাতিপুৱা ১১ বজাত গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত অনুষ্ঠিত সংবাদমেলখনত অগপ,বিজেপি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা কৰে প্ৰাৰ্থীজনে ।
বঙাইগাঁও প্ৰেচ ক্লাৱত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল - ৰিপাব্লিকান
অগপ,বিজেপি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা প্ৰাৰ্থীগৰাকীৰ
![বঙাইগাঁও প্ৰেচ ক্লাৱত ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2938357-thumbnail-3x2-chirang.jpg)
বঙাইগাঁও প্ৰেচ ক্লাৱত বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল
বঙাইগাঁও প্ৰেচ ক্লাৱত বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ সংবাদ মেল
এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন,এই নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন,এই নিৰ্বাচন অসমৰ সাধাৰণ নাগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ নিৰ্বাচন। অসমৰ পৰা এই নিৰ্বাচনত এজন ভাল মানুহ নিৰ্বাচিত হৈ নগ'লে অসমৰ ভৱিষ্যত অন্ধকাৰ বুলি উল্লেখ কৰে প্ৰাৰ্থীজনে ।