অসম

assam

By

Published : Dec 18, 2019, 1:37 PM IST

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বঙাইগাঁও কলেজ শিক্ষক গোটৰ প্ৰতিবাদ

বঙাইগাঁও মহাবিদ্যালয়ত কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদী সভা । ১৬ ডিচেম্বৰৰ পৰা ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে বঙাইগাঁও কলেজ শিক্ষক গোটে ৷

Bongaigaon College professors protest against CAA
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ বঙাইগাঁও কলেজ শিক্ষক গোটৰ


বঙাইগাঁও, 18ডিচেম্বৰ :অসম কলেজ শিক্ষক সংস্থা, বঙাইগাঁও কলেজ শিক্ষক গোটে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বঙাইগাঁও কলেজত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । মহাবিদ্যালয়খনৰ শিক্ষক সকলে ১৬ ডিচেম্বৰৰ পৰা ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ।


বুধবাৰে পুৱাৰে পৰাই বঙাইগাঁও শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে শিক্ষক সকলে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ বঙাইগাঁও কলেজ শিক্ষক গোটৰ

আৰু পঢ়ক :জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ চৌহদত অব্যাহত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details